Luit Poriya Lyrics are Written by Rekibul and this Song is Sung by Assamese Popular Singer Priyanka Bharali. Music provided by Dipkesh Borgohain.
![]() |
Luit Poriya Lyrics - Priyanka Bharali |
Song Credits:
Song | : Luit Poriya |
Singer | : Priyanka Bharali |
Music | : Dipkesh Borgohain |
Lyrics | : Rekibul |
Luit Poriya Lyrics in Assamese
ঐ লুইতপৰীয়া আমি গাভৰু, আমি গাভৰু
ৰূপে গুণে নহও আমি কম
ৰূপে গুণে নহও আমি কম
বুকুত আছে বৈ সাহসৰে নৈ, অ সাহসৰে নৈ
দেশৰ বাবে লভিছো জনম
দেশৰ বাবে লভিছো জনম
অ জাতিৰ বাবে মৰি যাম
দেশক আমি গঢ়ি যাম
সাৰে আছো সদায়ে কনকলতা হৈ
গৌৰবী জেৰেঙা হ'ব নিদিও সেৰেঙা
জয়মতীৰ জীয়াৰী আমিও সঁচাকৈ
লুইতপৰীয়া আমি গাভৰু, অ আমি গাভৰু
ৰূপে গুণে নহও আমি কম
ৰূপে গুণে নহও আমি কম
---music---
অ পথাৰৰে শুৱনী আমি ৰুৱনী
বহাগৰে বাওঁলীয়া আমি নাচনী
অ পথাৰৰে শুৱনী আমি ৰুৱনী
বহাগৰে বাওঁলীয়া আমি নাচনী
লুইতৰে দুটিপাৰ আছো জিলিকাই
ইতিহাসেও কব আমাৰ কাহিনী
অ জাতিৰ বাবে মৰি যাম
দেশক আমি গঢ়ি যাম
সাৰে আছো সদায়ে কনকলতা হৈ
গৌৰবী জেৰেঙা হ'ব নিদিও সেৰেঙা
জয়মতীৰ জীয়াৰী আমিও সঁচাকৈ
লুইতপৰীয়া আমি গাভৰু, অ আমি গাভৰু
ৰূপে গুণে নহও আমি কম
অ ৰূপে গুণে নহও আমি কম
---music---
অ জাতি-জনজাতিৰ মিলনৰে ঠাই
অসম দেশৰ দৰে আৰু ক'ত নাই
অ জাতি-জনজাতিৰ মিলনৰে ঠাই
অ অসম দেশৰ দৰে আৰু ক'ত নাই
কওঁতে কলিয়া মোৰ আইৰ গৰিমা
কথা দিলো আমিও ৰাখিম উজলাই
জাতিৰ বাবে মৰি যাম
দেশক আমি গঢ়ি যাম
সাৰে আছো সদায়ে কনকলতা হৈ
গৌৰবী জেৰেঙা হ'ব নিদিও সেৰেঙা
জয়মতীৰ জীয়াৰী আমিও সঁচাকৈ
লুইতপৰীয়া আমি গাভৰু, অ আমি গাভৰু
ৰূপে গুণে নহও আমি কম
অ ৰূপে গুণে নহও আমি কম ।
Luit Poriya Video Song:
Related Song: Edhani Kolijat Song Lyrics - Priyanka Bharali
0 Comments