Suwali Sabi Song Lyrics - Zubeen and Nekib

 The Latest new Assamese Song Suwali Sabi Song Lyrics are written by Rekibul. This Latest new Assamese Song is Sung by Assamese popular Singers Zubeen and Nekib. Music is given by Pulak Nath. 

Suwali Sabi Song Lyrics
Suwali Sabi Song Lyrics

Song Credits:-
Song  : Suwali Sabi
Singers : Zubeen and Nekib
Music: Pulak Nath
Lyrics : Rekibul
Video Editor : Dipankar
Year  : 2021

Suwali Sabi Song

ঐ ছোৱালী চাবি হায় ঐ,হায় ঐ
বায় থাকোতে জাকৈ,জাকৈ
কোন কেনেনু দেখিবি তই
ছোৱালী চাবি হায় ঐ,হায় ঐ
বায় থাকোতে জাকৈ,জাকৈ
কোন কেনেনু দেখিবি তই
যদিহে জানে হায় ঐ,হায় ঐ
মাছ বাচিব কাৱৈ,কাৱৈ
সেই ছোৱালী লখিমী হয়
আজিকালিৰ ছোৱালী
     ধৰিবকে নোৱাৰি
দামী দামী কেমেৰাত 
    সকলো হয় সুন্দৰী
ডেকা মন পগলা পগলা হয়
ডেকা মন পগলা পগলা হয়
ছোৱালী চাবি হায় ঐ, হায় ঐ
---music---
চহৰত এজন
আৰু গাঁৱত এজন
বহুজনীৰ ভালপোৱা থাকে বহুজন
ধুনীয়া বুলি
দিলে হিয়া খুলি
অকালতে ভাঙি যাব পাৰে হিয়াখন
চহৰত এজন
আৰু গাঁৱত এজন
বহুজনীৰ ভালপোৱা থাকে বহুজন
ধুনীয়া বুলি
দিলে হিয়া খুলি
অকালতে ভাঙি যাব পাৰে হিয়াখন
ৰান্ধিব যদি নাজানে ভাত
ববও যদি নাজানে তাঁত
নেদেখা হব আশাৰে বাট
নেদেখা হব আশাৰে বাট 
ছোৱালী চাবি হায় ঐ,হায় ঐ
---music---
 লাগে তৰা জোন
হাতে ভৰি সোণ
আকাশতে চাং পতা সিহঁতৰ সপোন
খাবলে নাই লোণ
হাতত দামী ফোন
ধনী ধনী লৰা পালে কৰি লয় আপোন
 লাগে তৰা জোন
হাতে ভৰি সোণ
আকাশতে চাং পতা সিহঁতৰ সপোন
খাবলে নাই লোণ
হাতত দামী ফোন
ধনী ধনী লৰা পালে কৰি লয় আপোন
বগী কলি নাথাকো চাই
গুণৱতী যদি সচাঁই
লৈ আনিম মই বিয়া কৰাই 
ছোৱালী চাবি হায় ঐ,হায় ঐ
Suwali Sabi Song:


Post a Comment

0 Comments